Assamese Happy Birth Day wishes - Assamese birthday wishe quotes

Assamese Happy Birth Day - Assamese birthday wishes quotes,Best Assamese Happy wish SMS, If you want wish a happy birthday then you send follwing Assamese Birthday Message

Assamese Happy Birth Day

Copy Paragraph Text

তোমাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু তোমাৰ জীৱনটো যাতে হাঁহি ধেমালিৰ মাজত পাৰ হয় তাকে কামনা কৰিলোঁ Happy birth day.



Copy Paragraph Text

প্ৰথমতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজিৰ এই বিশেষ দিনটো তোমাৰ বন্ধু বান্ধৱী লগতে মাক দেউতাকৰ লগত কেক কাটি জন্মদিন উপভোগ কৰক Happy birthday.



Copy Paragraph Text

জন্মদিনৰ শুভেচ্ছা থাকিল আৰু আগন্তুক দিনবোৰ যাতে সুন্দৰভাৱে পাৰ হয় কামনা কৰিলোঁ.



Copy Paragraph Text

আশাকৰো আপোনাৰ এই বিশেষ জন্মদিনটো প্ৰেম, ভালপোৱা আৰু হাঁহিৰে ভৰা হব আৰু আপোনালৈ বহু জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰিছোঁোঁ.