Mohot lukor bani assamese - Mohot lukor bani in Assamese

 Mohot lukor bani Assamese - মহৎ লোকৰ বাণী, In this artcile we are going to duscuss, mohot lukor bani assamese, assamese mohot lukor bani, mohot lukor bani assamese mahatma Gandhi, Mohot lukor bani, Muhot lokor bani, Mohot lukor bani in Assamese, Assamese bani, Axomiya Bani, Latest Assamese bani, Assamese new mohot lukor bani, সদায় অসমীয়াত মহৎ লোকৰ বাণী চাবলৈ আমাৰ অফিচিয়েল ৱেবচাইট visit কৰক Jobalert24.in

 Mohot lukor bani Assamese 

  • যদি তুমি পবিত্ৰ আৰু শক্তিশালী হোৱা, তেতিয়া তুমি গোটাই বিশ্বকে জয় কৰিব পাৰিবা এই উক্ত কথাফাঁকি স্বামী বিবেকানন্দই কৈছিল
  • Jodi tumi pobitro aru hoktihali hua, tetia tumi gutai bishokey joy koribo pariba
  •  
  • আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ, তাক ধ্বংস কৰাৰো অধিকাৰ নাই এই উক্ত কথাফাঁকি গুৰু নানকয়ে কৈছিল
  • Jak ami sristhi koribo nuwaru, tak dhongkho koraru adhikar nai
  •  
  • জ্ঞান আহৰণ আৰু ভগৱানক ভাল পোৱা একেই কথা প্ৰকৃত জ্ঞান আৰু প্ৰকৃত ভালপোৱা ভাবৰ মাজত কোনো পাৰ্থক্য নাই এই উক্ত কথাফাঁকি ৰামকৃষ্ণ পৰমহংসই কৈছিল
  • Gyan ahoron aru bhogobanonk val pua akai kotha. Prokit giyan aru Prokit valpua bhabor majot kunu pathokiya nai.

Mohot lukor bani in Assamese

  • অর্থক ভাল পোৱাটো চয়তানৰ শিপাৰ কাৰণ বুলি ভাবিবাএই উক্ত কথাফাঁকি টেষ্টামেন্টয়ে কৈছিলে
  • Arthok val puatu soitanor hipar karon buli vabiba.
  •  
  • লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাৰ অসাৰুৱাভাগ বাদ দি সাৰুৱা ভাগ মনত ৰাখিবা  এই উক্ত কথাফাঁকি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল
  • Lukor kotha mon di huniba, val kitap mon di pohiba aru tar oharuwabhag bad di haruwa bhag monot rakhiba.

  • অসমক সকলো প্ৰকাৰে অসমীয়া বা অতুলনীয়  কৰি ৰাখিবলৈ চেষ্টা কৰাটো প্ৰত্যেক অসমীয়াৰে কৰ্তব্য এই উক্ত কথাফাঁকি আনন্দ চন্দ্ৰ আগৰৱালায়ে কৈছিলে
  • Akhomok hokolu prokare akhomiya ba atuloniyo kori rakhiboloi sestha koratu protyek akhomoyare kortoboya.

 Assamese mohot lukor bani

  • অবাবত সময় নষ্ট কৰা আৰু আত্মহত্যা সমার্থক এই উক্ত কথাফাঁকি জৰ্জ চেভাইলই কৈছিল
  • Obabot homoi nosto kora aru atmahotya homorthok
  •  
  • বিভিন্ন গোষ্ঠী আৰু সম্প্ৰদায়ৰ ভিতৰত একতাৰ সৃষ্টি কৰাই অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰয়োজন
  • এই উক্ত কথাফাঁকি সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কৈছিলে
  • Bibhinno gusti ru homprodayor bhitorot akotar sristhi korai akhomiya hahityar attaitkoi proyojon.
  •  
  • মানুহে নিজৰ অৱস্থাৰ বাবে প্ৰায়েই পৰিবেশক দায়ী কৰে মই পৰিবেশক বিশ্বাস নকৰোঁ, যিসকল মানুহে পৃথিৱীত প্ৰকৃত কাম সাধন কৰিছে তেওঁলোকে পৰিবেশক নিজৰ সুবিধাৰ্থে গঢ়ি লয়  এই উক্ত কথাফাঁকি জৰ্জ বানাৰ্ড শ্ব' কৈছিলে
  • Manuhy njor aobstar babe praye poribekhok dayi kore. Moi poribekhok bishwakh nokoru, jihokol manhy prithibit prokit kam hadhon korise teuluky poribekhok njor hubidharthy gohi loi.

Assamese latest  mohut lukor bani

  • মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱাটো উচিত নহয় এই কামে মানুহক আগতকৈ অধিক জ্ঞানী হোৱাটোকে সূচায়
  • এই উক্ত কথাফাঁকি আলেকজেণ্ডাৰ পোপয়ে কৈছিলে
  • Manuhey bhul suikar koribloi laj puatu usit nohoi. Ai kame manuhok agotkoi adhik giyani huwatukey husai.
  •  
  • বিচৰা বস্তুটো নোপোৱাটোৱেই ব্যৰ্থতা নহয়, বিচৰা বস্তুটো পাবলৈ হংগ্ৰাম এৰি দিয়াতহে প্ৰকৃত ব্যৰ্থতা এই উক্ত কথাফাঁকি জৰ্জ এলিয়ট য়ে কৈছিল
  • Bisora bostu tu nupuwatuye biyathorta nhoi, bisora bostu tu paboloi hong gram ari diyat hai prokit biyathorta.
  •  
  • সত্য প্ৰকাশৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নহয়, যিকোনো সময়তে সত্য উন্মোচন কৰিব পাৰি এই উক্ত কথাফাঁকি এলবাৰ্ট ছোৱেইটজাৰয়ে কৈছিলে
  • Hoitya prokakhor babe nirdisto homoior proyojon nohoi, jikunu homoiyote Hoitya unmosun koribo pari.

  • Mohot lukor bani assamese

Today Assamese Mohut Lukor bani

  • পৃথিৱীৰ অধিবাসীসকলক দয়া কৰা, তেওঁলোকক মৰম কৰা তেহে খোদাই তোমাক দয়া কৰিব এই উক্ত কথাফাঁকি হজৰত মহম্মদয়ে কৈছিলে
  • Prithibir adhibakhihokolok doya kora, teulukok morom kora tehe khudai tumak doya koribo.
  •  
  • লাখ লাখ মানুহৰ মৃত্যু আৰু ধ্বংসতকৈ নিজৰ কেঞা আঙুলিটোৰ সামান্য যন্ত্ৰণাই মানুহক বেছি চিন্তিত কৰি তোলে
  • এই উক্ত কথাফাঁকি উইলিয়াম হেজলিটয়ে কৈছিলে
  • Lakh lakh manuhor mritya aru dhongkhotkoi nijor keya angulitur hamanya jontronai manuhok besi sintito kori tuly.
  •  
  • সত্যক জানিবলৈ চেষ্টা কৰা তোমাক মুক্তি দিব দুখ ভোগ নকৰাকৈ কোনেও একো কায্য  কৰিব নোৱাৰে এই উক্ত কথাফাঁকি মহাত্মা গান্ধী কৈছিলে
  • Hoitok janiboloi sesta kora. E tumak mukti dibo. Dukh bhug nokorakoi kunenu aku karjo koribo nuware.

  • বলপূৰ্বকভাৱে লাভ কৰা বিজয়ৰ স্থায়িত্ব দীৰ্ঘদিনীয়া নহয়  এই উক্ত কথাফাঁকি আব্রাহাম লিংকনয়ে কৈছিলে
  • Bolpurbokbhaby labh kora bijoior eshthait dirghodiniya nohoi.
  •  
  • মোক যদি কোনোবাই সভ্যতাৰ বিপৰীত শব্দ কি বুলি প্ৰশ্ন কৰে তেন্তে নিঃসংকোচে মোৰ উত্তৰ ' যুদ্ধ, কাৰণ সভ্যতা আৰু যুদ্ধই সহাৱস্থান কৰিব নোৱাৰে এই উক্ত কথাফাঁকি উচুলেক লী গুইনয়ে কৈছিলে
  • Muk jodi kunubai hobhytar biporit hobdo ki buli prosno kore tente nihongkushey mur uttor hobo juddho, karon hobhyta aru juddhoi hohabsthan koribo nuare.
  •  
  • যুদ্ধৰ সময়ত সবাতোকৈ মূল্যবান বস্তুটি ' সত্য এই উক্ত কথাফাঁকি উইনস্টন চার্চিলয়ে কৈছিলে
  • Juddhor homoiot hobatutkoi mulyban bostuti hol hoitya
Read also Previous mohot lukor bani - Click here