mohot lukor bani - মহৎ লোকৰ বাণী

 Mohot lukor bani - মহৎ লোকৰ বাণী, In this artcile we are going to duscuss, mohot lukor bani assamese, assamese mohot lukor bani, mohot lukor bani assamese mahatma Gandhiসদায় অসমীয়াত মহৎ লোকৰ বাণী চাবলৈ আমাৰ অফিচিয়েল ৱেবচাইট visit কৰক Jobalert24.in

 Mohot lukor bani

  • বিফল কূটনীতিৰ নিকৃষ্ট ফচল হৈছে যুদ্ধ। এই উক্ত কথাফাঁকি 'নি বেন য়ে কৈছিল
  • Bifol kunitir nikristo fosol hoise juddho.
  • যুদ্ধৰ সময়ত ইশ্বৰে গৰিষ্ঠ সংখ্যক সেনাৰ পক্ষ্তহে ভোট দিয়ে এই উক্ত কথাফাঁকি নেপোলিয়ন বোনাপাৰ্টয়ে কৈছিল
  • Juddhor homoit easore goristho hongkhiyk henar poikhyt hai bhut diye.

  • যেতিয়াই মোক নতুন সুৰৰ প্ৰয়োজন হয়, তেতিয়া মই ইয়াৰ সৃজনত ফুলনিবাৰী, মুক্ত আকাশৰ তলত, সমুদ্ৰ তীৰ আদিত উমলিবলৈ ধৰে। এই উক্ত কথাফাঁকি . আৰ. ৰহমান য়ে কৈছিল
  • Jetiai muk notun huror proyjon hoi, tetia moi ইয়াৰ srijont fulonibari, mukto akakhor tolot, samudro tir adit umaliboloi dhore.

  •  যুদ্ধত নিহত মাত্রেই শ্বহীদ নহয়, অন্ততঃ পিঠিত গুলিৰ আঘাত থকাবোৰতো কোনোপধ্যেই নহয়। এই উক্ত কথাফাঁকি ফিনিচ ডেভিচ য়ে কৈছিল
  • Juddhot nihot matre sohid nohoi, ontoto: pithit gulir aaghat thoka burotu kunu podhye nohoi.

  • যুদ্ধ ঘোষণাৰ লগে লগে প্ৰথমে মৃত্যু হয় সত্যৰ। এই উক্ত কথাফাঁকি আৰ্থাৰ নচয়ে কৈছিল
  • Juddho ghukhonar logey logey prothome mrityu hoi hoityr.
  • শান্তিৰ বিজয় ঘোষণা, যুদ্ধ জয়তকৈ কোনো গুণে কম মূল্যৰ নহয়। এই উক্ত কথাফাঁকি মিল্টন য়ে কৈছিল
  • Santir bijooi ghukhona, Juddho joiyotkoi kunu gune kom mulyar nohoi.

 

mohot lukor bani

যুদ্ধ আৰু প্ৰেমৰ মাজত সামঞ্জস্য আছে, কাৰণ অৱশেষত দুয়োটায়ে নিজৰ পথ বিচাৰি লয়এই উক্ত কথাফাঁকি  জ্যাঁ পল ছাত্রে য়ে কৈছিল

 Juddho aru premor majot hamjyasya ase, karon obohekhot duyutaiye nijor poth bisrai loi.

যিজনৰ এটা সৃষ্টিশীল মন নাই, তেওঁ অটব্য অৰণ্যৰ মাজত থাকিও কাঠ খৰি বিছাৰি নাপায়। এই উক্ত কথাফাঁকি ৰুচ পটন্তৰ য়ে কৈছিল

Jijonor ata sristhihil mon nai, teu otbya aroniyar majot thakiu kath khori bisari napai